Thursday, 8 March 2018

টাই ভাষা শিক্ষা

অসমীয়াৰ পৰা টাই ভাষা শিকিবৰ বাবে এই ভিডিওৱচাওকhttps://youtu.be/2I3r5UXSgK8

Wednesday, 7 March 2018

Assamese poem

কণ্ঠত এসাগৰ তন্ময়তা সানি মোৰ প্ৰেয়সীয়ে কয়,ভালপাওঁ তোমাক।
এক মুহুৰ্তৰ বাবে সপোনবোৰ থমকি ৰয়,
ধৰি ৰাখিব মন যায়,সময়ৰ গতিশীলতা।
সকলোবোৰ দুখ একাষৰীয়া কৰি সুখী হব মন যায়।
মুহুৰ্তৰ বাবেও হলেও মই মোৰ স্ব-নিৰ্বাসিত জীৱন ত্যাগ কৰি মানুহ হব খোজো।https://youtu.be/-rFulTml1QI

Tuesday, 6 March 2018

Monday, 5 March 2018

অসমীয়া প্ৰেমৰ কবিতা

তোমাৰ নামত এটুকুৰা অাকাশ কিনিম
@
তোমাৰ নামত এটুকুৰা অাকাশ কিনিম
তৰাবোৰৰ সৈতে খেলিবা,
ডাৱৰৰ কোলাত টোপনি যাবা।
মন গলেই ডাৱৰৰ বোকোচাত উঠি অাকাশৰ নীলাখিনি চুই চাবা।
তোমাৰ নামত এটুকুৰা অাকাশ কিনিম।
তাতে সাজিম এটি কাৰেং সপোনৰ।
পাৰ কৰিম তাতে প্ৰতিতো দিন অামাৰ জীৱনৰ।
সৰগৰ পাৰিজাত অানি ৰুপন কৰিম অামাৰ পদুলিত,
সুবাসে অামোল মোল প্ৰতিতো প্ৰভাত।

ইমন কল্যান

হঁহ কুকুৰা পালন

অসমীয়া সমাজ জীৱনৰ লগত ওতপ্ৰোত ভাৱে জৰিত এটা কথা হৈছে অসমীয়া বাৰী সংস্কৃতি।মোমাই তামুলি বৰবৰুৱাই বাৰীৰ অাদৰ্শ দেখাই গৈছে। https://youtu.be/5SOU9JSqQm8https://youtu.be/5SOU9JSqQm8