Thursday, 23 January 2025

ভালপাও তোমাক

 ভালপাওঁ তোমাক, এই কথা কিদৰে কলে ভাল পাবা তুমি ? ঠাণ্ডাৰ একুৰা উমাল জুইৰ দৰে ভালপাও তোমাক, কুঁৱলীৰ দৰে ভালপাও তোমাক, হাড় কপোৱা শীতৰ একাপ গৰম চাহৰ দৰে ভালপাওঁ তোমাক , কিদৰে কলে তুমি সুখী হবা, কিদৰে বুজালে তুমি বুজি পাবা?