Tuesday, 19 March 2019

Adinr babe 2mi mur hua.
Adinr babe hakalu pahori jua.
Adinr babe kebol mur hua.
Adinr babe rodali junali hoi poribu amr.
Adinr babe.
Adinr babe nilaj hua.
Pahori jau aha man mojyada
pahori jau hakalu.
Sumi thakim 2mar duti uth.
Jatialoi hekh nhy 2mr apar mdhurakh.
Adinr babe mur usthik snayue gorkoi jauk 2mr jubnr mowhikt2 probekh poth.
Mathu adinr babe.
Ji dinr smitit kotabu paru anekoie hajarta jibon

Monday, 18 March 2019

সময়বোৰ খুব ব্যস্ততাৰে পাৰ হৈছে। উশাহ লবলেও যেন সময় নাই,সচায় সলনি হৈছো মই,নে সলনি হৈছে সময়।মনৰ কোমল অনুভুতি স্থান যেন অাৰু নাই জীৱনত।কিয় এনে হৈছে,কবিতাবোৰ বুজি নোপোৱা হৈছো।গানবোৰেও যেন হৃদয় স্পৰ্শ কৰিব নোৱাৰা হৈছে। মুঠতে জীয়াই থকাৰ বাসনাতে যেন জীৱিত মৃতদেহ হৈ গৈছো।নাই কোনো অনুভূতি,নাই কোনো লক্ষ্য,,নাই জীৱনৰ অানন্দ।এটা সময় অাছিল।একো নাছিল যদিও সুখী অাছিলো।সেই নথকাবোৰ বিচাৰি অাজি সুখৰ পৰা বহু দুৰত।কিয় এনে হয়?বন্ধুসকল,অাপোনালোকৰ মোৰ দৰে অনুভৱ হয়নে কেতিয়াবা অকলে নিজানত?

Tuesday, 12 March 2019

Ajni suali.nam tair juntora.
Tai mur priutoma.
Tai mur ratir ragini.
Tarir usnu uthr pora boi ahe emon rag.
J ragot moi 2poni jau.
Tai baru atia ki korise?
Gungunai ase priu hilpir git.
Ne path karise premr kabita.
Fagunr posuai teuk baru amoni karisene.
Mur dore proti abeli uka akakhloi sai bohi roine.
Teur kajor hona dusokut hitol sa.
Uthat ajak posua.
Megh boron sulitari.
2l pora dugal.
Aah.ki kau apunak.
Moi teur premot noporakoi thakibu nuarilu.
Moi bare bare premt paru teur.
Teur usnu premer zipal karibu khuju bukur kothiatoli
2mar bukute j moi jiai thakibu khuju

Saturday, 9 March 2019

অসমীয়া কবিতা

মোৰ বুকুৰ মাজত জীৰাবলে অাছেনে কোনোবা ?
যি মোৰ হব অাপোন জীৱনজোৰা।
যাক মই দিব পাৰিম,মোৰ কলিজাখন
মৰমৰ টোপোলাতো ,
অাছেনে কোনোবা , যি হব মোৰ প্ৰেয়সী
যাক লৈ ৰচিব পাৰিম সহস্ৰ সপোন।
যাৰ কাৰনে কিনিব পাৰিম এটুকুৰা অাকাশ।
যাৰ বাবে অাজুৰি অানিম,ৰঙা গোলাপৰ সৌন্দয্য অাৰু ৰজনীগন্ধাৰ সুবাস।
অাছেনে কোনোবা।যি হব মোৰ প্ৰেয়সী
তুমি তুমি ভাৱনাত ভৰি থাকে বুকু,
তোমাৰ অপেক্ষাৰত মোৰ দুচকু।
হেপাহেৰে বাট চাই অাছো তোমালে।
কত অাছা তুমি ?
দুখ মোৰ বিলাসিতা,
দুখেই মোৰ ঐশ্চৰ্য্য,
দুখেই মোৰ সাৰথি
 সপোনৰ সমাধি বগাই
অাজি দুখেই মোৰ সুখ।
সুখ অাৰু দুখৰ ধাৰণা
মোৰ বাবে একেই,
পাৰ্থক্যবিহীন
অজানিতে হৈ যোৱা ঘটনাই কেতিয়াবা সুখ দিয়ে,কেতিয়াবা দুখ।অজানিতে প্ৰেম হয়।অজানিতে ভুল হয়,অজানিতে সম্পৰ্কত ফাট মেলে।,এদিন হয়তো অজানিতে অাপোন জন অচিনাকি হৈ পৰে।সকলো জীৱনত ইমান খৰকৈ হৈ যায়,যে কিবা বুজি পোৱাৰ অাগতেই,সপোনে বৰন সলায়।সময়ৰ লগে লগে সপোনো সলনি হয়।এটা সময়ৰ ডাঙৰ মানুহ হোৱাৰ সপোন,এটা সময়ত হয়গৈ কেৱল জীয়াই থকাৰ সপোন।কোনোদিম নকৰো বুলি ভৱা কামো কেতিয়াবা জীয়াই থকাৰ তাড়নাত কৰিব লগা হয়।তথাপি জীৱন থমকি নৰয়
কোনোবাতো হব যি মোক বুজি পাব।কোনোবাতো হব যি মোক ভালপাব।কোনোবাতো হব এই পৃথিবীত যি মোক মোৰ দৰে ভালপাব।মই নজনাকৈ তেওঁ ভালপাব মোক।মোতকৈ বেছি বুজি পাব তেওঁ মোক।মোতকৈ বেছি মোক ভালপাব তেওঁ,।মোৰ সপোনবোৰ তেওঁৰ সপোন বুলি অাদৰি লব।মোৰ মৰমবোৰ কলিজাত সানি,তেওঁ মোক মৰম কৰিব।মই নজনাকৈ তেওঁ মোৰ হৃদয়ত স্থায়ী ঠিকনা সাজিব।কোনোবাতো হব

Thursday, 7 March 2019

নৰসিংহ, ইংৰাজী-curry leaves, হিন্দী-কঢ়িপাত্তা বা মিঠানিম, বৈঃনাঃ Murraya koenigii. নৰসিংহৰ স্বাস্থ্য জনিত লাভৰ বিষয়ে জানো আহক।
১. ৰক্তচাপ নিয়ন্ত্ৰণ- উচ্চ ৰক্তচাপ ৰোগীয়ে পুৱা খালি পেটত ৭-৮ খিলা নৰসিংহ পাত চোবাই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
২. হাগনী/সাঁওপৰা- ১০-১৫ খিলা পাত এগিলাচ পানীত উতলাই চেকি ঠাণ্ডা কৰি খালে নিৰাময় হয়।
৩. ছাঁত শুকুৱা নৰসিংহ পাতৰ চুৰ্ণ ২ গ্ৰাম নিতৌ পানীৰ লগত খালে দৃষ্টি শক্তি উন্নত হয় আৰু কুকুৰীকনা ৰোগ আৰোগ্য হয়।
৪. পুৱা ১ গ্ৰামকৈ নৰসিংহ গছৰ ছাল মৌৰ লগত খালে শুক্ৰাণু বৃদ্ধি হয়। শুক্ৰাণুহীণতা জনিত পুৰুষ বন্ধ্যাত্ব  নিৰাময় হয়।
৫. গছৰ ছাল অথবা শিপাৰ চূৰ্ণ ১ গ্ৰাম, গাখীৰৰ উতলাই মিচিৰিৰ লগত মিহলাই খালে পুৰুষৰ যৌন উত্তেজনা বৃদ্ধি পায় আৰু শৰীৰ শক্তিশালী হয়।
৬. নৰসিংহৰ বীজৰ তেল উৎকৃষ্ট কীটনাশক।একজিমা নিৰাময়ত আৰু ঘাঁ শুকুৱাত ফলপ্ৰশূ।ঘাঁ বা ক্ষতত বীজ পিহি মলমৰ দৰে লেপ দিব লাগে।
৭. নৰসিংহ এক এন্টিডাইবেটিক এজেন্ট।ইয়াৰ সেবনে শৰীৰৰ ইনচুলিনৰ গতিবিধি নিয়ন্ত্ৰণ কৰি ৰক্তশৰ্কৰা কমায়। স্থূলতা বা অবেচিটি নিৰাময় কৰে।
৮. শুকান কফ, ছাইনাছাইটিছ আৰু বুকুত কফ জমা হলে ১ চামুচ ছাঁত শুকুৱা নৰসিংহ পাতৰ পাউডাৰৰ লগত ১ চামুচ মৌ মিহলাই দিনত দুবাৰ খালে কফ ওলাই উপশম পাব। নৰসিংহত ভিটামিন-চি/এৰ লগতে এন্টিফাংগাল আৰু এন্টি বেক্টেৰিয়েল এজেন্ট থাকে। যি জমা হৈ থকা কফ উলিওৱাত সহায় কৰে।
৯. মদ্যপান আদিৰ পৰা হব পৰা দুস্প্ৰভাৱৰ পৰা নৰসিংহ লিভাৰক সুৰক্ষা দিব পাৰে।নৰসিংহ পাতে লিভাৰক অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা (যি মদ্যপানৰ ফলত লিভাৰত পৰে) সুৰক্ষা দিয়ে। বিশুদ্ধ গাই ঘীউৰ লগত একাপ পাতৰ ৰস, পিহি লোৱা চেনী পাউডাৰ আৰু জালুকৰ গুৰি মিহলাই কম জুইত উতলাই ঠাণ্ডা কৰি কুহুমিয়া গৰম অৱস্থাত ৰোগীক খুৱাব লাগে।
১০. নৰসিংহ পাতত আয়ৰণ আৰু ফলিক এচিড উচ্চ মাত্ৰাত থাকে। এনিমিয়া ৰোগৰ ক্ষেত্ৰত অকল শৰীৰত আয়ৰণৰ অভাবেই মুখ্য কাৰণ নহয়, শৰীৰে আয়ৰণ শোষণ কৰিবলৈ অক্ষম হোৱাটোও কাৰণ।শৰীৰে আয়ৰণ শোষণ কৰিবলৈ ফলিক এচিডৰ প্ৰয়োজন। ফলিক এচিডে শৰীৰক আয়ৰণ শোষণত সহায় কৰে। এনিমিয়া ৰোগীয়ে এটা খেজুৰৰ লগত দুখিলা সতেজ নৰসিংহ পাত পুৱা খালি পেটত কিছুদিন খালে এনিমিয়াৰ পৰা আৰোগ্য হয়।
১১. নৰসিংহ পাতত ব্লাড কলেস্টৰেল কমাব পৰা গুণ আছে।যি গুণে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ই এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে কলেস্টৰেল অক্সিকৰণ হোৱাত বাধা দিয়ে। আচলতে অক্সিকৃৎ কলেস্টৰেলে বেড কলেস্টৰেল শৃষ্টি কৰে। যিয়ে হৃদৰোগ আমন্ত্ৰণ কৰে।সেয়ে ৰন্ধা দালি/আঞ্জাৰ লগত ৰান্ধি অথবা কেঁচাপাত কেইখিলা মান নিতৌ চোবাই খালে হৃদস্বাস্থ্য উন্নত আৰু সুস্থ থাকে।
১২. চুলি সৰা সমস্যাত ১০০ মিলি নাৰিকল তেলৰ লগত ৫০ গ্ৰাম নৰসিংহ পাত কম জুইত পাত ক'লা পৰাকৈ পগাই ঠাণ্ডা কৰি বটলত ভৰাই থৈ ব্যৱহাৰ কৰিলে ১৫ দিনত চুলি সৰা বন্ধ হৈ নতুন চুলি গজে আৰু অকাল পক্কতা বন্ধ হয়। উফিৰ সমস্যা থাকিলে তৈয়াৰী কৰি লোৱা তেলত ২/৪ ডুখৰ খোৱা কৰ্পূৰ গুৰি কৰি মিহলাই লব।

Tuesday, 5 March 2019

গছে জানো ৰাখে সৰাপাতৰ হিচাপ
@
বাঁহীৰ সুৰত তোমাৰ চকুপানী সৰেনে?
ইমন ৰাগত দুচকু ভৰেনে?
যেতিয়া সপোনবোৰ কবৰত পৰে!
মই বনৰ পক্ষী
উৰি যাওঁ হৈ যাযাবৰ,
নাখাবা হাবাথুৰি মোক বিচাৰি।
তোমাৰ হৃদয়ত ঘৰ সাজি নিৰৱে যাম অাতৰি।
গছে জানো ৰাখে সৰাপাতৰ হিচাপ
তুমি ভালপোৱা বাবেই সদায় নহয় জোনাক।
তুমি বেয়া পোৱা বাবেই নহাকৈ নাথাকে অমাৱস্যা
J lbu mur namot hirot hendur
@
j lbu mur namot hirot hendur.
Teu baru kene hbu?
Hojyu krbu paribu ne paglamibur,
bujibune mur anuvutibur,
hbune hukhi mur hoite.
Aah,k j vbisu nhy.
J lbu mur namt hirt hendur.
Tai hbu dhunia,mnr pora.
Mur hukuml mrmrere nijoke hojabu tai.
Duti utht thakibu ati laj laj dus2 hahi.
Teu hbu mur bst frnd
.aah iman ronga teur kopalr huruj.
Aah,iman ronga teur tul pora dugal.
2mak ki dle 2mi hukhi hba.
2mak ki kle 2mi hahi diba.
2mar kakht jdi moi thiu hau duhat meli
ki kba 2mi'atri jua buli kba,pagal buli kba
ne gusi ahiba kua mur lgt.
Ta2 prblm ase jana.
Moi 2mak khuam ki
prem2 khadyu nhy
e ukhah.
Aah suma khaiu2 manuh jiai nathake.
Tenehle ki karim kua.
Opekha?mathu opekha hudinr.
Ne atori jaba kua?
Urpajon hinotar babe jdi 2mak heruau ,ki hbu tatia.,vabu rba ki hbu heruale.
Aah jibn vra hunyuta aru mrityu hitol anuvuti.
Athba gusi jam krbat,hoi2 mitrur ghrloi.
Arthba urpajon kariboi lagibu 2mak hdruale.
Bakit kune mod dibu?

Monday, 4 March 2019

নিমন্ত্ৰন
@
গুণগুণাই গুণগুণাই
অাহিবানে সোমাই মোৰ দীঘল পদুলিৰ
দুবৰি গচকি
ঘুৰি যোৱাকৈ নাহিবা
বুকুৰ অাধা খহিব
চুপতিও নকৰিবা বেছি নাসাজিবা জটিলকৈ কথাৰ বান্ধ।মেৰপাকত সোমাইচোন ভাল নালাগে মোৰ।
কিমান দিন যে হল জোনাকত নিতিতা
তোমাৰ সৈতে
অাহিনলৈ অাৰু বহুত দিন বাকী
তথাপি তুমি অাহিলে শেৱালিজোপা এইবাৰো অাগতীয়াকৈ ফুলাৰ কথা।
খৰিকাজাঁইজোপা পুনৰ ফুলিছে
তোমালে এইকেইদিন বৰ মনত পৰিছে
জপনা খুলিয়ে ৰাখিছো সদায়
অাহিবানে সোমায়
ভিতৰলৈকে।
গোসাঁই ঘৰতো এতিয়া
অনবৰত ধুপ অাৰু মিঠাতেলৰ
চাকিৰ গোন্ধ,………

ইমন কল্যান

Sunday, 3 March 2019

2mar dusokur kajol kore muk pagol
2mi2 najana priya.2mak valpua2 jdi vul.tnte heia akl murei vul nhy.2mr dusokue kotha nukua hle,2mar meghali sulie hapun nedekhua hle.2mar 2ul pora dugale morom nalagua hle.2mar roktim uthe baul nkra hle,hoi2 ai vul nhlhtn