গছে জানো ৰাখে সৰাপাতৰ হিচাপ
@
বাঁহীৰ সুৰত তোমাৰ চকুপানী সৰেনে?
ইমন ৰাগত দুচকু ভৰেনে?
যেতিয়া সপোনবোৰ কবৰত পৰে!
মই বনৰ পক্ষী
উৰি যাওঁ হৈ যাযাবৰ,
নাখাবা হাবাথুৰি মোক বিচাৰি।
তোমাৰ হৃদয়ত ঘৰ সাজি নিৰৱে যাম অাতৰি।
গছে জানো ৰাখে সৰাপাতৰ হিচাপ
তুমি ভালপোৱা বাবেই সদায় নহয় জোনাক।
তুমি বেয়া পোৱা বাবেই নহাকৈ নাথাকে অমাৱস্যা
@
বাঁহীৰ সুৰত তোমাৰ চকুপানী সৰেনে?
ইমন ৰাগত দুচকু ভৰেনে?
যেতিয়া সপোনবোৰ কবৰত পৰে!
মই বনৰ পক্ষী
উৰি যাওঁ হৈ যাযাবৰ,
নাখাবা হাবাথুৰি মোক বিচাৰি।
তোমাৰ হৃদয়ত ঘৰ সাজি নিৰৱে যাম অাতৰি।
গছে জানো ৰাখে সৰাপাতৰ হিচাপ
তুমি ভালপোৱা বাবেই সদায় নহয় জোনাক।
তুমি বেয়া পোৱা বাবেই নহাকৈ নাথাকে অমাৱস্যা
Mojja
ReplyDeleteসঁচাকৈয়ে প্ৰেম প্ৰেম যেন সকলোতে...
ReplyDeleteধন্যবাদ
Delete